ক ৰোক`তবা

ক-ফলা (Assamese) [ Roman: ko-pho.la]
Contributed by: Bikram M Baruah on 2010-07-01
1. (Abstract Noun) a speech sound with or without vibration of the vocal cord and in which the escape of air is partly obstucted. যিবোৰ ধ্বনিৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে৷ যেনেঃ ক, প, ল, স আদি৷
English: consonant,
Assamese: ক-ফলা, ব্যঞ্জনবৰ্ণ,
Bodo: खौरां-हांखो,
Mising: mugteng,
Dimasa: min-gibring,
Deori: কিৰিং, চ্চিবি

Example Sentences:

1. ছাৰে আজি আমাক ক-ফলা খন মাতিবলৈ দিলে

Related Idea:

a. Abstract Noun: vowel, স্বৰধ্বনি, স্বৰবৰ্ণ, गारां-हांखो, gomuk...