কটাকটি কৰ‌্কটাক্ষপাত

কটাক্ষ (Assamese) [ Roman: ko.ta.khyo]
Contributed by: Biraj Kumar Kakati on 2008-03-31
1. (Verbal Noun) A glance directed to the side; an oblique or sideways look পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-08-18
2. (Abstract Noun) a way of ridiculing,deceiving by using words that convey the opposite of what is really conveyed. In literary,critical use of the term, it refers to dissembling or hiding what actually is not however, to cheat but to achieve special artistic, rhetorical effects. কাৰোবাক ঠগিবলৈ বা কেতিয়াবা উপলুঙা, ইতিকিং কৰিবলৈ আক্ষৰিক বা পোনপটীয়া অৰ্থত কোনো শব্দ/বাক্য ব্যৱহাৰ নকৰি সেই শব্দ,বাক্যৰে বিপৰীত কিবা প্ৰকাশ কৰা বা বুজোৱা৷