বক্ৰাক্ষৰবকৰা

বক্ৰোক্তি (Assamese) [ Roman: bo.bro`k.ti]
Contributed by: Partha P Sarmah on 2008-10-26
1. (Abstract Noun) a way of ridiculing,deceiving by using words that convey the opposite of what is really conveyed. In literary,critical use of the term, it refers to dissembling or hiding what actually is not however, to cheat but to achieve special artistic, rhetorical effects. কাৰোবাক ঠগিবলৈ বা কেতিয়াবা উপলুঙা, ইতিকিং কৰিবলৈ আক্ষৰিক বা পোনপটীয়া অৰ্থত কোনো শব্দ/বাক্য ব্যৱহাৰ নকৰি সেই শব্দ,বাক্যৰে বিপৰীত কিবা প্ৰকাশ কৰা বা বুজোৱা৷