কাৰাকাৰাদণ্ড

কাৰাগাৰ (Assamese) [ Roman: ka.ra.gar]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-04-20
1. (Material Noun-Neuter) A place for the confinement of persons in lawful detention, especially persons awaiting trial under local jurisdiction. ন্যায়সঙ্গতভাৱে ব্যক্তিক আৱদ্ধ কৰি ৰখা স্থান, বিশেষকৈ যিসকল ব্যক্তি স্থানীয়ভাৱে ন্যায়িক বিচাৰাধীন হৈ আছে