কুকুহা-উৰাকুকুৰ খুঁটি

কুকুৰ (Assamese) [ Roman: ku.kur]
alt: কুকুৰী, plc: -বিলাক, -বোৰ, dfc: -জনী, -টো
1. Animal(Common Noun-Common) A domesticated carnivorous mammal (Canis familiaris) related to the foxes and wolves and raised in a wide variety of breeds. শিয়াল আৰু কুকুৰনেচীয়া বাঘৰ সৈতে সম্পৰ্ক থকা বিভিন্ন প্ৰজাতিত বিভক্ত এবিধ ঘৰচীয়া মাংসভোজী স্তন্যপায়ী জন্তু