ahutpenai aie
ai (Mising) [ Roman: ai]
1. (Pronoun) of or belonging to oneself or itself.
কোনো ব্যক্তি বা বস্তুৰ, একেটাৰ বা একেজনৰ, অৰ্থাৎ নিজৰ।
2. (Material Noun-Neuter) a blood vessel that conveys blood from the heart to any part of the body
হৃদপিণ্ডৰ পৰা শৰীৰৰ আনবোৰ অংশলৈ তেজ কঢ়িয়াই নিয়া নলী
English: artery,
Assamese: ধমনী,
Mising: ai,

Related Ideas:

a. Adverb: diagonally, obliquely, এফলীয়াকৈ, কতীয়াকৈ, কেঁচীয়াকৈ
b. Abstract Noun-Neuter: arterioles, ধমনিকা
c. Material Noun-Neuter: vein, vena, venous blood vessel, সিৰ, সিৰা
ai (Karbi)
3. (Common Noun-Feminine) A woman who conceives, gives birth to, or raises and nurtures a child
গৰ্ভধাৰণ কৰি এটা শিশুক জন্ম দিয়া বা লালন-পালন কৰা এগৰাকী নাৰী
ai (Hmar)
4. Animal(Common Noun-Common) a ten-footed crustacean, with the first pair of legs as pincers.
পানীৰ দাঁতিৰ গাঁতত বাস কৰা এবিধ দহ ঠেঙীয়া জন্তু৷
ai (Dimasa) [ Roman: Ai]
5. (Abstract Noun) the money obtained by one's livelihood
নিজৰ জীৱিকাৰ জৰিয়তে অৰ্জা ধন
ai (Ao)
6. Animal(Common Noun-Common) A domesticated carnivorous mammal (Canis familiaris) related to the foxes and wolves and raised in a wide variety of breeds.
শিয়াল আৰু কুকুৰনেচীয়া বাঘৰ সৈতে সম্পৰ্ক থকা বিভিন্ন প্ৰজাতিত বিভক্ত এবিধ ঘৰচীয়া মাংসভোজী স্তন্যপায়ী জন্তু
7. (Material Noun-Neuter) beverage made of the fermented juice of any of various kinds of grapes, usually containing from 10 to 15 percent alcohol by volume.
বিভিন্ন প্ৰকাৰৰ আঙুৰৰ ভিতৰত যিকোনো এবিধৰ ৰসৰ পৰা কিণ্বন প্ৰক্ৰিয়াৰ দ্বাৰা তৈয়াৰ কৰা, ১০ ৰ পৰা ১৫ শতাংশ এলকহল যুক্ত পানীয়