কুটবুধীয়াকুটস্থালি
কুটস্থ (Assamese) [ Roman: ku.tos.stho]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-17
English: backbiter, slanderer,
Assamese: কুটনীয়া, কুটস্থ, কুটিল, টুটকীয়া, তল-খুঁচৰীয়া, তাই-লুকীয়া, নাৰদীয়া, পিশুন, লগনীয়া, লগনীয়া-ভগনীয়া, সূচক,
Bodo: नामथांहोग्रा, बुंखोमाग्रा
কুটস্থ (Assamese) [ Roman: ku.tos.stho]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-17
Ref: হেমকোষ (পুৰণি)
1. (Proper Adj.-Common &/or Masculine) one who talks spitefully about a person who is not present আগত নথকা মানুহৰ অহিতে কথা কোৱা ।Assamese: কুটনীয়া, কুটস্থ, কুটিল, টুটকীয়া, তল-খুঁচৰীয়া, তাই-লুকীয়া, নাৰদীয়া, পিশুন, লগনীয়া, লগনীয়া-ভগনীয়া, সূচক,
Bodo: नामथांहोग्रा, बुंखोमाग्रा