তল-ওপৰ কৰ্তল-সুঁতীয়া
তল-খুঁচৰীয়া (Assamese) [ Roman: tol-khu~.so.riya]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-11
English: backbiter, slanderer,
Assamese: কুটনীয়া, কুটস্থ, কুটিল, টুটকীয়া, তল-খুঁচৰীয়া, তাই-লুকীয়া, নাৰদীয়া, পিশুন, লগনীয়া, লগনীয়া-ভগনীয়া, সূচক,
Bodo: नामथांहोग्रा, बुंखोमाग्रा
তল-খুঁচৰীয়া (Assamese) [ Roman: tol-khu~.so.riya]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-11
1. (Proper Adj.-Common &/or Masculine) one who talks spitefully about a person who is not present আগত নথকা মানুহৰ অহিতে কথা কোৱা ।