কুমাৰকিশোৰকুমাৰণী
কুমাৰগৌৰৱ (Assamese) [ Roman: ku.mar.gou.row]
Contributed by: Mousumi Konwar on 2023-01-29
English: unmarried,
Assamese: অকৃতদাৰ, অদাৰ, অনূঢ়, অবিবাহিত, অব্যূঢ়, আবিয়ৈ, কুমাৰ, কুমাৰগৌৰৱ,
Karbi: Rissomar, Thare,
Dimasa: Nahjayayaba
কুমাৰগৌৰৱ (Assamese) [ Roman: ku.mar.gou.row]
Contributed by: Mousumi Konwar on 2023-01-29
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. (Proper Adj.-Common &/or Masculine) a person who is not married যাৰ বিয়া হোৱা নাই বা যি বিবাহ পাশত আৱদ্ধ হোৱা নাই।Assamese: অকৃতদাৰ, অদাৰ, অনূঢ়, অবিবাহিত, অব্যূঢ়, আবিয়ৈ, কুমাৰ, কুমাৰগৌৰৱ,
Karbi: Rissomar, Thare,
Dimasa: Nahjayayaba