কুস্তিকুহ
কুস্তিবীৰ (Assamese) [ Roman: kus.ti.bir]
Contributed by: ৰূপকমল on 2007-03-06
English: wrestler,
Assamese: কুস্তিবীৰ, পালোৱান, মল্ল, মল্লবীৰ, মল্লযোদ্ধা, মাল-যুঁজাৰু,
Deori: পালুৱান
কুস্তিবীৰ (Assamese) [ Roman: kus.ti.bir]
Contributed by: ৰূপকমল on 2007-03-06
1. (Common Noun-Common &/or Masculine) A person who takes part in the sport of wrestling. অস্ত্ৰ নোলোৱাকৈ খালী হাতেৰে যুঁজ কৰা মানুহ ।
Assamese: কুস্তিবীৰ, পালোৱান, মল্ল, মল্লবীৰ, মল্লযোদ্ধা, মাল-যুঁজাৰু,
Deori: পালুৱান