কেপেতকেপ্টেইন

কেপেয়া (Assamese) [ Roman: ke.pe.ya]
Contributed by: Atul Ch. Kakoti on 2009-06-08
1. (Material Noun-Neuter) A contrivance of two bamboos, the upper ends of which cross each other and are tied a little below where they cross, used in raising timber or heavy weight. কেৰেপা-কেৰেপিকৈ বন্ধা দুডাল বাঁহ বা কাঠৰ মাৰিৰ এবিধ যতন, তাক ডাঙৰ কাঠ বা গধুৰ বস্তু উঠাবৰ বাবে ব্যৱহাৰ কৰা হয় ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
2. (Material Noun-Neuter) a two-pronged support put on the end of a cart to keep it balanced, when the bullocks are not tied গৰু নোজোৰা অৱস্থাত গৰু-গাড়ীৰ আগফাল মাটিত নপৰাকৈ ৰাখিবলৈ ঢোকা হিচাপে ব্যৱহাৰ কৰা দুফেৰেঙণীয়া ডাং