চিপিৰাচিপেৰে

চিপুৱা (Assamese) [ Roman: si.pu.wa]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-12-02
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) a two-pronged support put on the end of a cart to keep it balanced, when the bullocks are not tied গৰু নোজোৰা অৱস্থাত গৰু-গাড়ীৰ আগফাল মাটিত নপৰাকৈ ৰাখিবলৈ ঢোকা হিচাপে ব্যৱহাৰ কৰা দুফেৰেঙণীয়া ডাং