কোৱা ওকণীকোৱা-মণি

কোৱা-ভাতুৰী (Assamese) [ Roman: ko`.wa-bha.tu.ri]
Contributed by: Atul Ch. Kakoti on 2009-10-16
1. (Proper Noun-Neuter) A creeper plant and its fruit like monodelpha. Its fruits are not edible. তিতা কেৰেলাৰ দৰে এবিধ বনৰীয়া লতা জাতীয় উদ্ভিদ আৰু ইয়াৰ ফল ৷ ইয়াৰ ফল খাদ্যৰ বাবে উপযোগী নহয় ৷