কৌমোদকীকৌলীন
কৌলিক (Assamese) [ Roman: kou.lik]
Contributed by: Biraj Kumar Kakati on 2008-03-27
English: ancestral,
Assamese: কৌলিক, পৈতৃক, বংশানুগত, বাপতি, বাপতীয়া, সাত-পুৰুষীয়া, সাতাম পুৰুষীয়া,
Deori: হাতাম-পুৰুহিয়া
কৌলিক (Assamese) [ Roman: kou.lik]
Contributed by: Biraj Kumar Kakati on 2008-03-27
Ref: হেমকোষ (পুৰণি)
1. (Proper Adj.) obtaining from or related to one's forefathers পিতা-পিতামহৰ পৰা পোৱা অথবা তেওঁলোকৰ সমন্ধীয়Assamese: কৌলিক, পৈতৃক, বংশানুগত, বাপতি, বাপতীয়া, সাত-পুৰুষীয়া, সাতাম পুৰুষীয়া,
Deori: হাতাম-পুৰুহিয়া