ক্ৰব্যাদকক্ৰম-বিৱৰণ

ক্ৰম (Assamese) [ Roman: krom]
1. (Abstract Noun) Similar things placed in order or happening one after another. এটাৰ পিচত আনটোকৈ ঘটিব ল’গা একে ধৰণৰ বস্তুৰ অনুক্ৰমিক থূপ|

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-20
2. (Verbal Noun) continuous progression. বিৰতিহীনভাৱে আগবঢ়া প্ৰক্ৰিয়া; যেনেঃ কোনো আগ-গুৰি নোহোৱাকৈ পঢ়িছে।