বিথলবিদ

বিথিকা (Assamese) [ Roman: bi.thi.ka]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-24
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun-Neuter) a number of persons or things arranged in a line, esp. a straight line. একেডাল ৰেখাত সজোৱা বহু সংখ্যক ব্যক্তি বা বস্তু৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-24
Ref: চন্দ্ৰকান্ত অভিধান
2. (Abstract Noun) Similar things placed in order or happening one after another. এটাৰ পিচত আনটোকৈ ঘটিব ল’গা একে ধৰণৰ বস্তুৰ অনুক্ৰমিক থূপ|