গঙৰা গচকা

গচক (Assamese) [ Roman: go.sok]
Contributed by: Bikram M Baruah on 2008-04-18
1. (Verbal Noun) the act of stepping on something কোনো বস্তুৰ ওপৰত খোজ দিয়া কাৰ্য্য
English: trampling, tread,
Assamese: খচকা, গচক, গচকা, গচক্, গৰকা,
Bodo: जोगारनाय

Example Sentences:

1. সি মোৰ ভৰিত গচক মাৰি দিলে।