গাৰবু-বিবঁগাৰবু-মেলা

গাৰবু-বিবঁ-গিৰি (Deori) [ Roman: gar.bu-bi.bon-gi.ri]
Contributed by: Himasri Das on 2022-11-29
1. (Common Noun-Common &/or Masculine) the administrative head of a library; one who is in charge of a library or an officer who works in a library with administrative responsibilities. গ্ৰন্থাগাৰ বা পুথিভঁড়ালৰ প্ৰশাসনিক মূৰব্বী যাৰ তত্বাৱধানত পুথিভঁড়ালৰ কাম কাজ চলে; পুথিভঁড়ালত কাম কৰা প্ৰশাসনিক দায়িত্ব থকা বিষয়া৷