গ্ৰন্থাগাৰগ্ৰন্থাস্বত্ব

গ্ৰন্থাগাৰিক (Assamese) [ Roman: gron.tha.ga.rik]
plc: -বিলাক, -বোৰ, -সকল, dfc: -গৰাকী, -জন
Contributed by: Partha P Sarmah on 2008-02-17
1. (Common Noun-Common &/or Masculine) the administrative head of a library; one who is in charge of a library or an officer who works in a library with administrative responsibilities. গ্ৰন্থাগাৰ বা পুথিভঁড়ালৰ প্ৰশাসনিক মূৰব্বী যাৰ তত্বাৱধানত পুথিভঁড়ালৰ কাম কাজ চলে; পুথিভঁড়ালত কাম কৰা প্ৰশাসনিক দায়িত্ব থকা বিষয়া৷