গৰ্ভস্ৰাৱগৰ্ভাৱস্থা

গৰ্ভাশয় (Assamese) [ Roman: gor.bha.xoy]
Contributed by: Bikram M Baruah on 2010-06-27
1. Anatomy(Material Noun-Neuter) a hollow muscular organ in the pelvic cavity of females; contains the developing fetus. স্ত্ৰীলিঙ্গৰ মানুহ বা জন্তুৰ তলপেটত থকা এক ফোঁপোলা মাংসযুক্ত অংগ, যি বাঢ়ি অহা ভ্ৰূণ ধাৰণ কৰে।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-04
2. Flowers(Common Noun-Feminine) the enlarged lower part of the pistil in angiospermous plants, enclosing the ovules or young seeds ফুলৰ গৰ্ভকেশৰৰ একেবাৰে তলৰ মূৰৰ ওফোন্দা অংশ, যি গৰ্ভকোষ অথবা ক্ৰমবিকাশমান বীজ ধাৰণ কৰে ৷
English: ovary,
Assamese: গৰ্ভাশয়