চিত্তৰঞ্জকচিত্রকথা
চিত্তৰঞ্জন (Assamese) [ Roman: sit.to.ron.jon]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-15
English: amusement, entertainment, frolic, fun, merrymaking,
Assamese: অনুৰঞ্জন, আমোদ, আমোদ-প্ৰমোদ, উলাহ-বিলাহ, কুঁদনি, কুমৰধ্বনি, কুমৰ্থলি, কুমৰ্থোলি, কুৰ্মাস্থলি, কুৰ্ম্মাস্থলি, কেন্দেলি, খিকিন্দালি, চখ, চিত্ত বিনোদন, চিত্তৰঞ্জন, চুপটি, চৰ্ভটী, তামচা bo , তামাচা, ধেমালি, প্ৰীতিধ্বনি, ফাজলামি, বিনোদ, মনোৰঞ্জন, লীলা-খেলা, লোকৰঞ্জন, স্ফূৰ্তি-তামাচা, হাঁহি-ধেমালি, হাইচ্-লাইচ্, ৰং-ধেমালি, ৰং-ৰহইচ,
Bodo: रंजानाय बाजानाय, रंज़ानाय,
Mising: iman, ise, isok-sokmang, luma mara,
Khasi: ka jingbiria,
Garo: ala, ka.grikani, katchaatani, kusini,
Bishnupriya Manipuri: হারৌ,
Nagamese: dhemali, tamasa,
Tai: পিউ মুন্
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-08-10
English: charming, fascinating, lovely,
Assamese: কমনীয়, চিত্তৰঞ্জক, চিত্তৰঞ্জন, তিয়ঁহজলীয়া, দিব্যা, বিমোহন, মদিৰ, মনমোহা, মনোজ্ঞ, মনোমুগ্ধকৰ, মনোমোহা, মনোহৰ, মনোহৰা, মনোৰমা, মোহলগা, মৰম-লগা, লাহৰি, সাদৰী, ৰমণীয়, ৰুচিৰ,
Bodo: अनजाथाव, अनसुलि,
Karbi: langsam,
Dimasa: mjangsisi,
Deori: বাদচি
চিত্তৰঞ্জন (Assamese) [ Roman: sit.to.ron.jon]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-15
1. (Abstract Noun) something that provides mirth or amusement; the act of giving pleasure হাঁহি অথবা আনন্দ যোগাব পৰা কোনো বস্তু; আনন্দ যোগোৱা কাৰ্য্য
Assamese: অনুৰঞ্জন, আমোদ, আমোদ-প্ৰমোদ, উলাহ-বিলাহ, কুঁদনি, কুমৰধ্বনি, কুমৰ্থলি, কুমৰ্থোলি, কুৰ্মাস্থলি, কুৰ্ম্মাস্থলি, কেন্দেলি, খিকিন্দালি, চখ, চিত্ত বিনোদন, চিত্তৰঞ্জন, চুপটি, চৰ্ভটী, তামচা bo , তামাচা, ধেমালি, প্ৰীতিধ্বনি, ফাজলামি, বিনোদ, মনোৰঞ্জন, লীলা-খেলা, লোকৰঞ্জন, স্ফূৰ্তি-তামাচা, হাঁহি-ধেমালি, হাইচ্-লাইচ্, ৰং-ধেমালি, ৰং-ৰহইচ,
Bodo: रंजानाय बाजानाय, रंज़ानाय,
Mising: iman, ise, isok-sokmang, luma mara,
Khasi: ka jingbiria,
Garo: ala, ka.grikani, katchaatani, kusini,
Bishnupriya Manipuri: হারৌ,
Nagamese: dhemali, tamasa,
Tai: পিউ মুন্
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-08-10
2. (Proper Adj.-Common) very pleasant, attractive or delightful. অতিশয় ভাললগা, মনোৰম, আনন্দ-দায়ক|