মদাৰুমদিৰা
মদিৰ (Assamese) [ Roman: mo.dir]
Contributed by: Mousumi Konwar on 2023-03-29
English: charming, fascinating, lovely,
Assamese: কমনীয়, চিত্তৰঞ্জক, চিত্তৰঞ্জন, তিয়ঁহজলীয়া, দিব্যা, বিমোহন, মদিৰ, মনমোহা, মনোজ্ঞ, মনোমুগ্ধকৰ, মনোমোহা, মনোহৰ, মনোহৰা, মনোৰমা, মোহলগা, মৰম-লগা, লাহৰি, সাদৰী, ৰমণীয়, ৰুচিৰ,
Bodo: अनजाथाव, अनसुलि,
Karbi: langsam,
Dimasa: mjangsisi,
Deori: বাদচি
মদিৰ (Assamese) [ Roman: mo.dir]
Contributed by: Mousumi Konwar on 2023-03-29
Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
1. (Proper Adj.-Common) very pleasant, attractive or delightful. অতিশয় ভাললগা, মনোৰম, আনন্দ-দায়ক| Assamese: কমনীয়, চিত্তৰঞ্জক, চিত্তৰঞ্জন, তিয়ঁহজলীয়া, দিব্যা, বিমোহন, মদিৰ, মনমোহা, মনোজ্ঞ, মনোমুগ্ধকৰ, মনোমোহা, মনোহৰ, মনোহৰা, মনোৰমা, মোহলগা, মৰম-লগা, লাহৰি, সাদৰী, ৰমণীয়, ৰুচিৰ,
Bodo: अनजाथाव, अनसुलि,
Karbi: langsam,
Dimasa: mjangsisi,
Deori: বাদচি