চুলিয়াচুলিচুলুং-পুতুং
চুলুং (Assamese) [ Roman: su.lung]
Contributed by: Bikram M Baruah on 2008-08-13
English: flimsy, frivolous, lie, shallow, trifling,
Assamese: অমূলক, ওঁঠ-পাতল, চুলুং, চেলেপু, ফক্কৰ, ফাচ-ফুচ, ফাচাং-ফুচুং, ফাচি-ফুচা, ফাচ্-ফুচ্, ফাজিল, বাংকৰা,
Bodo: थौले, रेजें, साज्रां,
Garo: ba.begipa, grinninggipa,
Deori: মুচিবহৰে জাবা চা, লিকি-লিক
চুলুং (Deori) [ Roman: chu.lung]
Contributed by: Himasri Das on 2023-04-13
English: disrespectable, shameless,
Assamese: অমৰ্যতীয়া, অমৰ্যদীয়া, অমৰ্যাদীয়া, অমৰ্য্যতীয়া, অমৰ্য্যদীয়া, কাণকটা, ত্যক্তলজ্জ, ত্ৰপিষ্ঠ, ধৈয়াল, নাক কাটা bo , নাক-কটা, নিধক, নিলাজ, নিৰ্গত, নিৰ্লজ্জ, বে চৰম, মৰ্যাদাহীন, মৰ্য্যাদাহীন, লজ্জাশূন্য, লজ্জাহীন,
Nagamese: nilaji,
Nepali: निर्लज्ज, बेशरम, मर्यादाहीन, लज्जाशून्य, लज्जाहीन,
Deori: চুলুং, চুলৌ-পাতি, পিচ্চিং কিৰি
Contributed by: Himasri Das on 2022-11-14
চুলুং (Assamese) [ Roman: su.lung]
Contributed by: Bikram M Baruah on 2008-08-13
1. (Proper Adj.) refers to a statement or talks having no significance or usefulness; speaking without regard of truth or propriety. কোনো গুৰুত্ব বা ব্যৱহাৰ যোগ্যতা নথকা কথা ; সঁচা-মিছা বা ভাল-বেয়া বিচাৰ নকৰাকৈ মুখত যি আহে তাকে কয়
Assamese: অমূলক, ওঁঠ-পাতল, চুলুং, চেলেপু, ফক্কৰ, ফাচ-ফুচ, ফাচাং-ফুচুং, ফাচি-ফুচা, ফাচ্-ফুচ্, ফাজিল, বাংকৰা,
Bodo: थौले, रेजें, साज्रां,
Garo: ba.begipa, grinninggipa,
Deori: মুচিবহৰে জাবা চা, লিকি-লিক
Antonyms:
a. Proper Adj.-Neuter: serious, thoughtful, চিন্তাশীল, তত্ত্বগত, তত্ত্বগধুৰ...চুলুং (Deori) [ Roman: chu.lung]
Contributed by: Himasri Das on 2023-04-13
2. (Proper Adj.-Common) lacking any sense of shame, Without the emotion or sense of guilt. নিজৰ মান-সন্মানলৈ কেৰেপ নকৰা৷
Assamese: অমৰ্যতীয়া, অমৰ্যদীয়া, অমৰ্যাদীয়া, অমৰ্য্যতীয়া, অমৰ্য্যদীয়া, কাণকটা, ত্যক্তলজ্জ, ত্ৰপিষ্ঠ, ধৈয়াল, নাক কাটা bo , নাক-কটা, নিধক, নিলাজ, নিৰ্গত, নিৰ্লজ্জ, বে চৰম, মৰ্যাদাহীন, মৰ্য্যাদাহীন, লজ্জাশূন্য, লজ্জাহীন,
Nagamese: nilaji,
Nepali: निर्लज्ज, बेशरम, मर्यादाहीन, लज्जाशून्य, लज्जाहीन,
Deori: চুলুং, চুলৌ-পাতি, পিচ্চিং কিৰি
Related Idea:
a. Proper Adj.: bold, আঁকোচা, আকোচা, নিঃসঙ্কোচ...Contributed by: Himasri Das on 2022-11-14
3. (Common Noun-Common) a carnivorous animal living on land, looks like a big squeeral. They can hanlde poisonous snakes skillfully. কেৰ্কেটুৱাৰ আকৃতিৰ কিন্তু তাতকৈ ডাঙৰ মাটিত থকা এবিধ মাংসহাৰী জন্তু. বিষাক্ত সাপ ইহঁতে দক্ষতাৰে মাৰিব পাৰে|