ফাজি সংহতি তত্বফাট

ফাজিল (Assamese) [ Roman: pha.jil]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-10
1. (Proper Adj.-Common) More than or beyond what is usual, normal, expected, or necessary. প্ৰয়োজনতকৈ বেছি অথবা নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক ৷

Contributed by: Himjyoti Talukdar on 2009-05-29
2. (Proper Adj.) refers to a statement or talks having no significance or usefulness; speaking without regard of truth or propriety. কোনো গুৰুত্ব বা ব্যৱহাৰ যোগ্যতা নথকা কথা ; সঁচা-মিছা বা ভাল-বেয়া বিচাৰ নকৰাকৈ মুখত যি আহে তাকে কয়