জলবাহিতজলবিজ্ঞান

জলবায়ু (Assamese) [ Roman: jo.lo.ba.yu]
1. (Abstract Noun) The meteorological conditions, including temperature, precipitation, and wind, that characteristically prevail in a particular region. উষ্ণতা, বৰষুণৰ পৰিমাণ আৰু বতাহ আদিকে ধৰি এটা অঞ্চলত বিৰাজ কৰা বা বৰ্ত্তি থকা বতৰৰ সামগ্ৰিক অৱস্থা

জলবায়ু (Bangla)
Contributed by: Dipankar Ghosh on 2023-06-24
2. (Abstract Noun) The state of the atmosphere at a given time and place, with respect to variables such as temperature, moisture, wind velocity, and barometric pressure. উষ্ণতা, আৰ্দ্ৰতা, বায়ুৰ গতি আৰু বেৰোমিটাৰৰ চাপ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি একোটা নিৰ্দ্দিষ্ট সময়ত এখন ঠাইৰ বায়ুমণ্ডলৰ অৱস্থা