বত্ৰিশবতৰ পক্ষী

বতৰ (Assamese) [ Roman: bo.tor.]
co.adj: গৰম~, ঠাণ্ডা~, dfc: -টো
1. (Abstract Noun) The state of the atmosphere at a given time and place, with respect to variables such as temperature, moisture, wind velocity, and barometric pressure. উষ্ণতা, আৰ্দ্ৰতা, বায়ুৰ গতি আৰু বেৰোমিটাৰৰ চাপ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি একোটা নিৰ্দ্দিষ্ট সময়ত এখন ঠাইৰ বায়ুমণ্ডলৰ অৱস্থা
English: weather,
Assamese: বতৰ,
Bodo: बोथोर,
Karbi: boron, botor,
Nagamese: botor, din,
Hindi: मौसम,
Bangla: আবহাওয়া, জলবায়ু,
Nepali: मौसम

Example Sentences:

1. আজিৰ বতৰ ডাৱৰীয়া।

Related Idea:

a. Abstract Noun: climate, clime, আবহাৱা, আৱহ, জলবায়ু...
b. Abstract Noun-Neuter: meteorology, অন্তৰীক্ষ-বিদ্যা, আকাশ-বিদ্যা, আবহবিদ্যা, আৱহবিদ্যা...