জাৰজাৰকাল

জাৰক (Assamese) [ Roman: ja.rok]
Contributed by: Biraj Kumar Kakati on 2008-09-15
1. (Proper Adj.-Neuter) connected with digestion of food. খাদ্য হজম কৰাৰ সৈতে জড়িত। যেনে: হজমী শক্তি/ ঔষধ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-02-10
2. Chemistry(Material Noun-Neuter) a chemical agent that oxidizes, i.e. coverts (an element) to oxide by adding oxygen যি ৰাসায়নিক পদাৰ্থই (কোনো মৌলৰ সৈতে) অক্সিজেন যোগ কৰি অক্সাইদলৈ ৰূপান্তৰিত কৰে