জীৱন-পতনজীৱন-পৰিক্ৰমা

জীৱন-প্ৰণালী (Assamese) [ Roman: ji.won-pro.na.li]
Contributed by: Bikram M Baruah on 2021-02-17
1. (Abstract Noun) the habits, attitudes, tastes, moral standards, economic level, etc., that together constitute the mode of living of an individual or group. অভ্যাস, মানসিকতা, ৰুচি, নৈতিক মানদণ্ড, আৰ্থিক অৱস্থা, আদি যি একেলগে এজন ব্যক্তি বা দলৰ জীৱন ধাৰণৰ প্ৰকৃতি সূচায়