জুজুঁ

জু-জা-নমা (Deori) [ Roman: ju.ja.no.ma]
Contributed by: Himasri Das on 2023-02-25
1. (Abstract Noun) the act of making all tools and materials available to carry out certain task. কোনো কাম কৰাৰ বাবে প্ৰয়োজনীয় সকলো সঁজুলি আৰু সামগ্ৰী উপলব্ধ কৰা কাৰ্য্য।

Contributed by: Himasri Das on 2023-02-25
2. (Abstract Noun) A set of things kept in the same place as a hobby or for research ৰুচি হিচাপে বা গৱেষণাৰ কাৰণে একে ঠাইতে গোটাই ৰখা বস্তুৰ থূপ বা সমষ্টি

Contributed by: Himasri Das on 2023-02-25
3. (Verbal Noun) Putting things into a particular order. বস্তুবোৰ এক নিৰ্দ্দিষ্ট ক্ৰমত সজোৱা কাৰ্য্য।