ঝাউবনঝাঙ্কা

ঝাও (Assamese) [ Roman: jhao]
alt: জাও
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-03-22
Ref: পক্ষীৰ কাকলিত ডিব্ৰু-চৈখোৱা : ৰঞ্জণ দাস
1. Vegetables(Proper Noun-Neuter) A riverine plant with white flowers. The leaves are pointed and solid like pin. এবিধ নৈৰ বালি বা পলসত গজা গছ ৷ ইয়াৰ পাতবিলাক খৰিকাৰ নিচিনা গোটা আৰু জোঙা ৷ ফাগুন-চ’ত মাহত তুলাৰ দৰে পাতল-পাতল ফুল ধৰে ৷