ঝুৰিঝৰণা

ঝুৰ্ (Assamese) [ Roman: jhur]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-13
Ref: চন্দ্ৰকান্ত অভিধান
1. (Verb-Intran.) to move along a slope or gradient সোঁতৰ সৈতে গতি কৰ্

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-04
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verb-Intran.) to fasten or support something at the top leaving the other parts free to move, or to be held in this way. কোনো বস্তুৰ ওপৰৰ অংশ কিহবাত বান্ধি থৈ বাকী অংশ মুকলিকৈ লৰ-চৰ কৰিব পৰাকৈ ৰাখ্