টিপনীটিপা মাৰ্

টিপা (Assamese) [ Roman: ti.pa]
Contributed by: Atul Ch. Kakoti on 2009-08-25
1. (Common Noun) a small earthen limepot. চুণ ৰাখিবলৈ ব্যৱহাৰ কৰা সৰু পাত্ৰ।
English: pipkin,
Assamese: টিপা, ভুৰুকা

Contributed by: Atul Ch. Kakoti on 2009-08-25
2. (Verbal Noun) the act of squeezing the skin with the tips of the fingers দুটা আঙুলিৰ নখেৰে চেপি দুখ দিয়া কাৰ্য্য৷