pincerspinchong
pinch (English) [ IPA: ˈpɪntʃ ASM: পিঞ্চ]
1. (Verb-Trans.) to squeeze with the finger nails
দুটা আঙুলিৰ নখেৰে চেপি দুখ দে
2. (Material Noun-Neuter) a small amount of something that you can hold between your finger and thumb, for example salt
বুঢ়া আঙুলি, মধ্যমা আৰু তৰ্জ্জনী আঙুলিৰ মাজত তুলি ল’ব পৰা অলপমান বস্তু
English: pinch,
Assamese: জেবা,
3. (Verbal Noun) the act of squeezing the skin with the tips of the fingers
দুটা আঙুলিৰ নখেৰে চেপি দুখ দিয়া কাৰ্য্য৷