তত্পৰতাতত্বগত

তত্ব (Assamese) [ Roman: tot.wo]
alt: তত্ত্ব
1. (Abstract Noun) an idea or explanation of a natural phenomena, which has not yet been proved to be correct . এতিয়ালৈকে সত্য প্ৰমাণিত নোহোৱা কোনো প্ৰাকৃতিক পৰিঘটনাৰ বিষয়ে আগবঢ়োৱা ধাৰণা বা ব্যাখ্যা৷

Contributed by: Krishangi Gogoi on 2021-11-21
2. (Abstract Noun) The basic cause, source, or origin of something কোনো ঘটনা বা পৰিস্থিতিৰ মূল কাৰক
English: fact, reality, root, root cause, truth,
Assamese: কথাৰ গুৰি, তত্ত্ব, তত্ত্বাৰ্থ, তত্ব, মূল, মৰ্ম, মৰ্ম্ম, যথাৰ্থতা, সত্য, স্বৰূপ,
Bodo: गुदि,
Nagamese: asol-kotha

Example Sentences:

1. ঘটনাটোৰ তত্ব এতিয়ালৈকে বিচাৰি পোৱা নাই।