তথৈবচতথ্য জনাৰ অধিকাৰ আইন

তথ্য (Assamese) [ Roman: to.thyo Origin: সং. (হেম১৩)]
pl: তথ্যৰাজি
1. (Abstract Noun) a collection of facts in the form of numbers or texts from which conclusions may be drawn সংখ্যা বা গদ্য ৰূপে সংগৃহীত সত্য কথা, যাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল’ব পাৰি
English: data,
Assamese: উপাত্ত, ডাটা, তথ্য, তথ্যপাতি,
Bodo: खारि, खारिथि, खौरां, मिथिथाइ,
Khasi: sing,
Bangla: তথ্য

Example Sentences:

1. তাই গৱেষণাৰ লগত জড়িত কিছু তথ্য গোটাবলৈ গাঁওখনলৈ গৈছে।

Related Idea:

a. Abstract Noun: information, জ্ঞান, रादाब, জ্ঞান...

তথ্য (Bangla)
Contributed by: Sushanta Kar on 2011-07-18
2. (Abstract Noun) a collection of facts in the form of numbers or texts from which conclusions may be drawn সংখ্যা বা গদ্য ৰূপে সংগৃহীত সত্য কথা, যাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল’ব পাৰি