জ্ঞাতিভোজজ্ঞান চকু

জ্ঞান (Assamese) [ Roman: gyan]
1. (Abstract Noun) Knowledge derived from study, experience, or instruction অধ্যয়ন, অভিজ্ঞতা বা প্ৰশিক্ষণৰ দ্বাৰা আয়ত্ত্ব কৰা জ্ঞান

2. (Abstract Noun) Familiarity, awareness, or understanding gained through experience or study. অভিজ্ঞতা অথবা অধ্যয়নৰ জৰিয়তে লাভ কৰা পৰিচিতি, সচেতনতা বা বোধশক্তি।

জ্ঞান (Bangla)
Contributed by: Sushanta Kar on 2011-07-18
3. (Abstract Noun) Knowledge derived from study, experience, or instruction অধ্যয়ন, অভিজ্ঞতা বা প্ৰশিক্ষণৰ দ্বাৰা আয়ত্ত্ব কৰা জ্ঞান