তন্বীতন্মাত্ৰ
তন্মনা (Assamese) [ Roman: ton.mo.na]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17
English: rapt,
Assamese: অনন্যমনা, আত্মবিস্মৃত, আত্মহাৰা, আপোন-পাহৰা, একাগ্ৰ, একান্ত, তন্মনা, তন্ময়, তৎ-স্বৰূপ, নিৱিষ্ট, মচগুল, সমাহিত,
Bodo: गोसो होथाबनाय,
Dimasa: khah-rihi
তন্মনা (Assamese) [ Roman: ton.mo.na]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17
1. (Proper Adj.) deeply engrossed or absorbed. একান্তভাৱে কোনো বস্তু, কথা অথবা ভাৱত নিমগ্ন হোৱা |
Assamese: অনন্যমনা, আত্মবিস্মৃত, আত্মহাৰা, আপোন-পাহৰা, একাগ্ৰ, একান্ত, তন্মনা, তন্ময়, তৎ-স্বৰূপ, নিৱিষ্ট, মচগুল, সমাহিত,
Bodo: गोसो होथाबनाय,
Dimasa: khah-rihi