নিৱাসনিৱেদন
নিৱিষ্ট (Assamese) [ Roman: ni.wis.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-06
English: rapt,
Assamese: অনন্যমনা, আত্মবিস্মৃত, আত্মহাৰা, আপোন-পাহৰা, একাগ্ৰ, একান্ত, তন্মনা, তন্ময়, তৎ-স্বৰূপ, নিৱিষ্ট, মচগুল, সমাহিত,
Bodo: गोसो होथाबनाय,
Dimasa: khah-rihi

1. (Proper Adj.) deeply engrossed or absorbed. একান্তভাৱে কোনো বস্তু, কথা অথবা ভাৱত নিমগ্ন হোৱা |
Assamese: অনন্যমনা, আত্মবিস্মৃত, আত্মহাৰা, আপোন-পাহৰা, একাগ্ৰ, একান্ত, তন্মনা, তন্ময়, তৎ-স্বৰূপ, নিৱিষ্ট, মচগুল, সমাহিত,
Bodo: गोसो होथाबनाय,
Dimasa: khah-rihi
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-06
2. (Verbal Adj.) ardent in attachment, loyalty, or affection (to something) (কিহবাৰ প্ৰতি) প্ৰবল অনুৰাগ, প্ৰত্যয় বা আকৰ্ষণ থকা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-06
3. (Verbal Adj.) gone into or gone inside ভিতৰলৈ সোমোৱা বা প্ৰৱেশ কৰা