তৰণতৰণী
তৰণি (Assamese) [ Roman: to.ro.ni]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-08-07
English: exemption, relief,
Assamese: অব্যাহতি, উদ্ধাৰ, উদ্ধৰণ, তাৰণ, ত্ৰাণ, তৰণ, তৰণি, নিস্তাৰ, পৰিত্ৰাণ, মেলামোৰ, সুৰ্তি, ৰক্ষণ, ৰক্ষা, ৰেহাই,
Meeteilon: mee shinba,
Karbi: kejok
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-08-07
তৰণি (Assamese) [ Roman: to.ro.ni]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-08-07
1. (Verbal Noun) Release from a post of duty, as by the arrival of a substitute or replacement. কোনো কাম বা আন দায়িত্ব আদিৰ পৰা মুক্ত হোৱা |
Assamese: অব্যাহতি, উদ্ধাৰ, উদ্ধৰণ, তাৰণ, ত্ৰাণ, তৰণ, তৰণি, নিস্তাৰ, পৰিত্ৰাণ, মেলামোৰ, সুৰ্তি, ৰক্ষণ, ৰক্ষা, ৰেহাই,
Meeteilon: mee shinba,
Karbi: kejok
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-08-07
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
2. (Common Noun-Common &/or Masculine) a petition-writer generally employed in courts or with advocate / attorney কাছাৰীত উকীলৰ মহৰি, দৰ্খাস্ত লিখা মহৰি, কাকত লিখোঁতা৷