ৰক্ষণাবেক্ষণৰক্ষা কৰ্

ৰক্ষা (Assamese) [ Roman: ro.khya]
1. (Abstract Noun) the act of preventing something/somebody from any kind of harm or damage ক্ষতি বা নষ্ট হোৱাৰ পৰা কাৰোবাক/কিহবাক বচোৱা কাৰ্য্য

Contributed by: Biraj Kumar Kakati on 2006-03-29
2. (Verbal Noun) Release from a post of duty, as by the arrival of a substitute or replacement. কোনো কাম বা আন দায়িত্ব আদিৰ পৰা মুক্ত হোৱা |