দৌৰা-দৌৰিকৈদৌৰাদৌৰি

দৌৰাত্ম্য (Assamese) [ Roman: dow.rat.myo]
Contributed by: Bhanu on 2007-02-16
1. (Common Noun-Common) sth or sb that harms, troubles. যি অনিষ্ট কৰে, আসুবিধা দিয়ে।

Contributed by: Bikram M Baruah on 2012-07-07
2. Abstract Noun(Abstract Noun) when people are governed in an unfair and cruel way, prevented from having opportunities and freedom and subjected to unfair rules. যেতিয়া মানুহক অন্যায় আৰু নিষ্ঠুৰভাৱে শাসন কৰা হয়, সুযোগ আৰু স্বাধীনতাৰ পৰা বঞ্চিত কৰা হয় আৰু অন্যায্য নীতি-নিয়ম মানিবলৈ বাধ্য কৰা হয় ৷