দ্ৰুহীদ্ৰোণ-সূত

দ্ৰোণ (Assamese) [ Roman: dro`n]
alt: দোৰোণ
Contributed by: Atul Ch. Kakoti on 2009-06-03
1. Plants(Common Noun-Common) A small herbal plant with white flowering from the family Lamiaceae. Also it has strong digestive power. People used as herbal medecine. দ্ৰোণ এবিধ সৰু বনৌষধি উদ্ভিদ ৷ ইয়াৰ সৰু সৰু ফুল ফুলে ৷ মানুহে পেটৰ অসুখত ইয়াক পাতত দি পিটিকি খায় ৷ ই হজমী শক্তি আৰু ভোক বঢ়ায় ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-08
2. Religious-Mythological(Proper Noun-Masculine) the teacher of Kaurava and Pandava, who trained them armory. কৌৰৱ-পাণ্ডৱক অস্ত্ৰ-শিক্ষা দান কৰা গুৰু।