ধুন্দাধুন্দুলি

ধুন্দুল (Bangla)
Contributed by: Sushanta Kar on 2014-04-27
1. Vegetables(Common Noun-Common) vine or fruit of the plant belonging to the genus luffa. The fruit is edible. The fruit may be allowed to mature so that only a network of xylems is left and then it can be used as a bathing sponge or scrub পাচলিৰূপে খোৱা লাও জাতিৰ এবিধ ফল আৰু তাৰ লতাজাতীয় গছ ৷ পূৰঠ শুকান ফলটো গা ধোৱাৰ সময়ত গা-ঘঁহা জালৰূপে ব্যৱহাৰ কৰা হয় ৷