নিপতননিপাত যোৱা
নিপাত (Assamese) [ Roman: ni.pat]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-13
English: annihilation, extinction,
Assamese: অৱলুপ্তি, অৱলোপ, নাশ, নিপাত, নিৰ্মূলীকৰণ, প্ৰোৎসাদন, বিলুপ্তি, বিলোপ, বিলোপন, বিলয়, লুপ্তি, লোপ, লয়, সংহাৰ,
Bodo: फुरा जोबस्रांनाय
নিপাত (Assamese) [ Roman: ni.pat]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-13
1. (Abstract Noun) the act of completely destroying or defeating. সম্পূৰ্ণৰূপে ধ্বংস বা পৰাস্ত কৰা কাৰ্য্য।
Assamese: অৱলুপ্তি, অৱলোপ, নাশ, নিপাত, নিৰ্মূলীকৰণ, প্ৰোৎসাদন, বিলুপ্তি, বিলোপ, বিলোপন, বিলয়, লুপ্তি, লোপ, লয়, সংহাৰ,
Bodo: फुरा जोबस्रांनाय