নিশ্চুপনিশ্চয়
নিশ্চেষ্ট (Assamese) [ Roman: nis.ses.to]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-09-26
English: inactive, numb, passive, still,
Assamese: অক্ৰিয়, অকৰ্তা, অকৰ্ত্তা, অকৰ্মা, অনুদ্যত, অনুদ্যোগী, অনুৎসাহী, অৱশ, নিচেষ্ট, নিশ্চেষ্ট, নিষ্ক্ৰিয়, নিষ্কৰ্মা, নিৰুৎসাহী, নিৰুৎসুক,
Bodo: बर मोनै जानाय,
Nepali: थकाइ, थकान, निष्क्रियता
নিশ্চেষ্ট (Assamese) [ Roman: nis.ses.to]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-09-26
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Proper Adj.-Common &/or Masculine) Devoid of activities. Not functioning or operating; out of use. কাম কৰিব নোৱাৰা, কোনো লৰচৰ নোহোৱাAssamese: অক্ৰিয়, অকৰ্তা, অকৰ্ত্তা, অকৰ্মা, অনুদ্যত, অনুদ্যোগী, অনুৎসাহী, অৱশ, নিচেষ্ট, নিশ্চেষ্ট, নিষ্ক্ৰিয়, নিষ্কৰ্মা, নিৰুৎসাহী, নিৰুৎসুক,
Bodo: बर मोनै जानाय,
Nepali: थकाइ, थकान, निष्क्रियता