নিষিদ্ধতাৰনিষুপ্তি
নিষুপ্ত (Assamese) [ Roman: ni.xup.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-28
English: asleep,
Assamese: ঘুমটীয়া, ঘুমন্ত, তন্দ্ৰামগ্ন, নিদ্ৰাগত, নিদ্ৰাচ্ছন্ন, নিদ্ৰামগ্ন, নিদ্ৰাৱিষ্ট, নিদ্ৰিত, নিষুপ্ত, নিসাৰ, প্ৰসুপ্ত, সুপ্ত, সুষুপ্ত
নিষুপ্ত (Assamese) [ Roman: ni.xup.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-28
1. (Abstract Noun) in or into a state of sleep টোপনি যোৱা অৱস্থা