সুপুৰুষসুপ্তি

সুপ্ত (Assamese) [ Roman: xup.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-25
1. (Abstract Noun) in or into a state of sleep টোপনি যোৱা অৱস্থা

Contributed by: Biraj Kumar Kakati on 2010-08-28
2. (Proper Adj.) Inactive but capable of becoming active at any time. শোৱাৰ নিচিনাকৈ অচল হৈ থকা, কিন্তু যিকোনো সময়তে জাগি উঠাৰ ক্ষমতা থকা ৷