নিৰ্দেশ দেনিৰ্দেশক্ৰম

নিৰ্দেশক (Assamese) [ Roman: nir.de.xok]
Contributed by: Swapnita Kakati on 2006-08-29
1. (Material Noun-Neuter) a pointer or indicator in a scientific instrument বৈজ্ঞানিক আহিলাত ব্যৱহাৰ কৰা নিৰ্দেশকাৰী কাঠি বা দণ্ড

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-08-29
2. (Common Noun-Common &/or Masculine) a person who instructs and controls the activities of movie making. বোলছবি অথবা নাটকৰ কাৰ্য্যাৱলীৰ নিয়ন্ত্ৰণ কৰোঁতা বা নিৰ্দেশ দিওঁতা।