পকামিঠৈপকি

পকামিস্ত্ৰি (Assamese) [ Roman: po.ka.mis.tri]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-20
1. (Common Noun-Common &/or Masculine) a person whose trade is building with units of various natural or artificial mineral products, as stones, bricks, cinder blocks, or tiles, usually with the use of mortar or cement as a bonding agent. শিল, ইটা আদিৰ দৰে প্ৰাকৃতিক বা কৃত্ৰিম বস্তু প্ৰয়োগ কৰি চিমেণ্ট, বালি আদিৰ সহায়ত ঘৰ বা আন সৌধ বৃত্তিগতভাৱে নিৰ্মাণ কৰা ব্যক্তি।