সূত্ৰধাৰীসূত্ৰপাত

সূত্ৰধৰ (Assamese) [ Roman: xut.ro.dhor]
Contributed by: Biraj Kumar Kakati on 2012-07-08
1. (Common Noun-Common &/or Masculine) A woodworker who makes or repairs wooden objects. কাঠৰ চকী, মেজ, আচবাব আদি বনোৱা অথবা মেৰামতি কৰা ব্যক্তি |

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-11
2. (Common Noun-Common &/or Masculine) a person whose trade is building with units of various natural or artificial mineral products, as stones, bricks, cinder blocks, or tiles, usually with the use of mortar or cement as a bonding agent. শিল, ইটা আদিৰ দৰে প্ৰাকৃতিক বা কৃত্ৰিম বস্তু প্ৰয়োগ কৰি চিমেণ্ট, বালি আদিৰ সহায়ত ঘৰ বা আন সৌধ বৃত্তিগতভাৱে নিৰ্মাণ কৰা ব্যক্তি।